Info
সকলোকে খ্ৰীষ্টৰ প্ৰেমৰ নমস্কাৰ আগবঢ়াইছো 🙏🙏,আমাৰ এই চেনেলত কেৱল আমাৰ প্ৰভু যীচুৰ শুৱবাৰ্তা সমূহ আপোনালোকে সহজ সৰল ভাৱে শুনিবলৈ পাব । Our channel always share our savior Lord Jesus Christ Messege easily. So you can Subscribe our Channel for Bible based videos
JPB Assamese Bible study Channel Is Dedicated to Preaching & Teaching the Bible and sharing of the Gospel of our Lord and savior Jesus Christ. Our Purpose is to Help our Christian Brethren to Grow and become Strengthen in their Faith by Knowing The Lord Jesus and Bible intimately ..
আমাৰ এই চেনেলৰ উদ্দেশ্য হৈছে যে
আমাৰ উঠি অহা খ্ৰীষ্টিয় ভাই-ভন্তীসকলক বাইবেলৰ জ্ঞান আৰু শিক্ষা বিস্তাৰৰ বাবে বোজাই দিয়াৰ এটা প্ৰয়াস । যাতে আমাৰ উদ্ধাৰ কৰ্তা আৰু মুক্তিদাতা প্ৰভু যীচু বিষয়ে অলপ হ'লেও বোজক আৰু জানক ।
পৃথিৱীৰ মায়া জালত পৰি থকা সকলো খ্ৰীষ্টিয় লোকক উদ্ধাৰ কৰাৰ এটি সৰু প্ৰয়াস
Stats
Joined Invalid Date
0 total views
Featured video